দক্ষিণ কামৰূপৰ মিৰ্জাত ভয়াৱহ পথ দুৰ্ঘটনা

মিৰ্জা, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ মিৰ্জাত মঙলবাৰে সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী দুর্ঘটনাস্থলীতে নিহত হয়। স্থানীয় লোকে জানিবলৈ দিয়ে যে এখন দ্ৰুতবেগী ট্ৰেভেলাৰে এমএল-১১-২৪৬০ নম্বৰৰ বাইকখনক মহতিয়াই নিয়াৰ ফলত বাইকখৰন চালকজন থিতাতে নিহত হয়। …

উত্তৰাখণ্ডৰ কেদাৰনাথত এম১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

উত্তৰাখণ্ড, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ কেদাৰনাথ মন্দিৰৰ নিৰ্মাণকাৰ্যৰ লগত জড়িত বায়ুসেনাৰ এম১৭ হেলিকপ্টাৰ মঙলবাৰে পুৱা প্ৰায় ৮ বজাত উত্তৰাখণ্ডৰ কেদাৰনাথত দুর্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও হেলিকপ্টাৰখনৰ যথেষ্ট ক্ষতিসাধন হয়। দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰখন কেদাৰনাথ মন্দিৰৰ নিৰ্মাণকাৰ্যৰ …

গ্ৰন্থৰূপত অসম সাহিত্য সভাৰ ইতিহাস : ৬ এপ্ৰিলত ‘অসম সাহিত্য সভাৰ ইতিহাস’ৰ প্ৰথম খণ্ডৰ উন্মোচনী সভা

গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ অসম সাহিত্য সভাৰ এশ বছৰীয়া পৰিক্ৰমা গ্ৰন্থৰূপত। অহা ৬ এপ্ৰিল ২০১৮ত উন্মোচন কৰা হ’ব অসম সাহিত্য সভাই প্ৰকাশ কৰা ‘অসম সাহিত্য সভাৰ ইতিহাস’ৰ প্ৰথম খণ্ড। অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় চৌহদত থকা জয়ন্ত কুমাৰ লক্ষ্মী বৰুৱা …

তৈলনগৰী ডিগবৈ শোধনাগাৰত বৃহত্তৰ ঐক্যমঞ্চৰ অৰ্থনৈতিক অৱৰোধ

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২ এপ্ৰিল: থলুৱা নিযুক্তিৰ দাবীত সোমবাৰে ডিগবৈ শোধনাগাৰ বন্ধ কৰে স্থানীয় ২২ টা সংগঠনৰ দ্বাৰা গঠিত বৃহত্তৰ ডিগবৈ ঐক্য মঞ্চই৷ সোমবাৰে পুৱা ৫ বজাৰ পৰা শোধনাগাৰৰ সকলো প্ৰবেশ দ্বাৰ বন্ধ কৰি শতাধিক প্ৰতিবাদকাৰীয়ে পৰিবেশ …

গোৱালপাৰাত ছাত্ৰী বলাৎকাৰৰ ব্যৰ্থ চেষ্টা লম্পট শিক্ষকৰ

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২ এপ্ৰিল: ৰাজ্যত উদ্বেগজনকভাৱে বাঢ়িছে নাৰী নিৰ্যাতন। এইবাৰ গোৱালপাৰাত আন এক দুৰ্ভাগ্যজনক ঘটনা । খোদ শিক্ষকৰ নিৰ্যাতনৰ বলি হৈছে এগৰাকী ছাত্ৰী । গোৱালপাৰা বাপুজীনগৰৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সমীপৰ গোৱালপাৰা পাব্লিক স্কুলত এই ঘটনা …

মহানগৰীৰ গণেশগুৰিত মছজিদৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ

গুৱাহাটী, সংবাদ ৩৬৫, ২ এপ্ৰিল: মহানগৰী গুৱাহাটীৰ গণেশগুৰিৰ নায়নপুৰত এটা মছজিদৰ ওপৰত দেওবাৰে নিশা এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ চলায়। নিশা প্ৰায় ৮-১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে গণেশগুৰিৰ নায়নপুৰত থকা মছজিদৰ ওপৰত আক্ৰমণ কৰি মছজিদৰ দুৱাৰ খিৰিকিৰ লগতে বিভিন্ন সামগ্ৰী ভাঙি …

শিশুৰ কান্দোনত অতিষ্ঠ হৈ নিজ মাতৃয়ে পুখুৰীত পেলাই হত্যা কৰিলে তিনিমহীয়া কন্যা সন্তানক

নগাঁৱৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ২ এপ্ৰিল: নগাঁও জিলাৰ বৰক’লাত এগৰাকী মাতৃয়ে নিজৰ কন্যা সন্তানক পুখুৰীত পেলাই হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিষ্ঠুত মাতৃ গৰাকীয়ে নিজৰ তিনিমহীয়া কন্যা সন্তানৰ কান্দোনত অতিষ্ঠ হৈ পুখুৰীত পেলাই হত্যা কৰে। বৰক’লাৰ পালেংতলিত …

গুৱাহাটী চিটী এফ চিৰ উদ্যোগ অসমৰ ৰােগাক্রান্ত ফুটবলাৰৰ বাবে আগবাঢ়ি আহিল ক্রীড়ামন্ত্রী ৰাথােড়

গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল: দুটাকৈ বৃক্ক বিকল হােৱাৰ ফলত শয্যাশায়ী হৈ থকা প্ৰতিভাশালী যুৱ ফুটবলাৰ সুমিত ৰাভাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল কেন্দ্রীয় ক্রীড়ামন্ত্রী ৰাজ্যবর্ধন সিং ৰাথােড়। গুৱাহাটী চিটী ফুটবল ক্লাবে ‘টুইটাৰ যােগে ৰােগাক্রান্ত ফুটবলাৰগৰাকীৰ সহায়ৰ বাবে চলােৱা প্ৰচেষ্টাৰ পিছত এই …

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে কনকলতা মহিলা সৱলীকৰণ আঁচনি

গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল: মহিলা শক্তি মহাশক্তি আৰু মহিলা শক্তিৰ ওপৰত আমাৰ সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে আস্থা ৰাখিব লাগিব। মাতৃ শক্তিয়ে এখন ৰাষ্ট্ৰ, ৰাজ্য, সমাজক শক্তিশালী কৰি তােলে। প্রতিটো প্ৰজন্মক জীৱনৰ বাটত সফলতাৰে আগবাঢ়ি যােৱাৰ ক্ষেত্ৰত মহিলাসকলে শক্তি প্রদান কৰি আহিছে। …

মাৰাঠী সাহিত্য সংঘৰ সৈতে মুম্বাইত অসম সাহিত্য সভাৰ বৈঠক

মুম্বাই, সংবাদ ৩৬৫, ১ এপ্ৰিল: মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত মাৰাঠী সাহিত্য সংঘৰ সৈতে দেওবাৰে অসম সাহিত্য সভাৰ এখনি বৈঠক অনুষ্ঠিত হয়৷ অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে বৈঠকত অসমীয়া আৰু মাৰাঠী …