আজাৰাত চাঞ্চল্যকৰ ঘটনা ব্লেডেৰে ৰেপি হত্যাৰ চেষ্টা এজনক
আজাৰা, সংবাদ ৩৬৫, ২৮ ফেব্ৰুৱাৰীঃ মহানগৰীৰ আজাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আজাৰাৰ মিৰ্জাপুৰত এজন যুৱকাক ব্লেডেৰে ৰেপি হত্যাৰ চেষ্টা চলাই দুজন যুৱকে। মঙলবাৰে নিশা মিৰ্জাপুৰৰ আৰিফ আলি নামৰ যুৱক এজনক ডিঙি চেপি ধৰি ব্লেডেৰে ৰেপি হত্যাৰ চেষ্টা চলাই দুজনমান …