মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমালৈ জিএনএলএৰ ভাবুকি

মেঘালয়, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰীঃ পাহাৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাক ছচিয়েল মিডিয়াযোগে হত্যাৰ ভাবুকি প্ৰদান কৰিছে গাৰো উগ্ৰপন্থী সংগঠন জিএনএলয়ে। জিএনএলৰ মুখপাত্ৰ গংবিন মাৰাকে ছচিয়েল মিডিয়াযোগে মুকুল চাংমাক হত্যাৰ ভাবুকি প্ৰদান কৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাৰ লগতে কেইবাজনো মেঘালয়ৰ …

আমছু নেতাৰ বাল্য বিবাহ বিতৰ্কক লৈ আনাৰুল ইছলামৰ স্পটীকৰণ

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰীঃ যোৱা কিছুদিন ধৰি বিভিন্ন সংবাদ মাধ্যমৰ লগতে ফেচবুক, হোত্সআপত বিতৰ্কৰ সৃষ্টি কৰা আমছু নেতা আনাৰুল ইছলামে এগৰাকী নাবালিকা বিবাহ কৰোৱাৰ বাতৰিয়ে চৰ্চা লাভ কৰি থকা সময়তে আমছু নেতা গৰাকীয়ে এক স্পটীকৰণ যোগে জানিবলৈ দিয়ে যে তেওঁৰ …

ধৰ্ষণৰ অভিযুক্ত দুজন লোকক অৰুণাচলৰ ৰাজপথত মৰিয়াই হত্যা

অৰুণাচল প্ৰদেশ, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ তেজুত বলতকাৰৰ অভিযোগত অভিযুক্ত দুজনকৈ লোকক ৰাইজে মৰিয়াই হত্যা কৰাৰ এক ঘনতনা সংঘটিত হৈছে। জানিব পৰা মতে বলতকাৰত অভিযুক্ত লোক দুজনক ৰাইজে আৰক্ষী চকীৰ পৰা উলিয়াই আনি ৰাজপথত মৰিয়াই হত্যা কৰে। মৃত …

দৰমহা নাপাই আত্মহত্যাৰ চেষ্টা নগাঁও কাগজ কলৰ কৰ্মীৰ

জাগীৰোড, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰীঃ প্ৰায় ১৬ মাহে দৰমহা নোপোৱাৰ ফলত সোমবাৰে জাগীৰোডস্থিত নগাঁও কাগজ কলৰ এজন কৰ্মীয়ে আত্মহত্যাৰ চেষ্টা কৰাৰ এক ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে কাগজ কলটোৰ কৰ্মী ইনামুদ্দিন আহমেদ নামৰ লোকজন টাৱাৰ এটাৰ ওপৰত উঠি তললৈ জঁপিয়াই …

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মেঘালয়ত এনচিপিৰ প্ৰাৰ্থীক গুলীয়াই হত্যা

মেঘালয়, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰীঃ চুবুৰীয়া ৰাজ্য মেঘালতাত বিধানসভা নিৰ্বাচৰ মাজত মাথোঁ কেইটামান দিন থাকোতে দুৰ্বৃত্তৰ গুলীত নিহত হৈছে এনচিপি এজন প্ৰাৰ্থী। জানিব পৰা মতে মেঘালয়ৰ উইলিয়াম নগৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা জোনাথন চাংমাক দেওবাৰে গাৰো পাহাৰৰ চামান্দাত দুৰ্বৃত্তই গুলীয়াই …

আমছুৰ নেতাই বিবাহ পাতিলে এগৰাকী নাবালিকাক

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰীঃ যি সময়ত সমগ্ৰ দেশতে বাল্য বিবাহ ৰোধ কৰাৰ বাবে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সন্থাই জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি আছে সেই সময়তে অসমত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বিবাহ পাতিলে এজন অধিবক্তা তথা আমছুৰ এজন কেন্দ্ৰীয় সমিতিৰ …

নিৰ্বাচনৰ পূৰ্বে মেঘালয়ৰ উগ্ৰপন্থী সংগঠন জিএনএলএক পিষ্টল যোগান ধৰিবলৈ যাওঁতে লিংকমেন আটক

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী মানকাচৰৰ টানগাঁও এলেকাত শনিবাৰে নিশা সেনা আৰক্ষীয়ে অভিযান চলাই পিস্তলসহ এজন জিএনএলএৰ লিংকমেনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।উ ল্লেখ্য যে, জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় দহ কিলোমিটাৰ নিলগত থকা অসম …

গুৱাহাটীত ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ উৎখাত

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰীঃ মহানগৰী গুৱাহাটীত দেওবাৰে এক ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ উৎখাত কৰে আৰক্ষী আৰু স্থানীয় ৰাইজে। জানিব পৰা মতে হাটীগাঁওস্থিত শৰাইঘাট হাউছিং কমপ্লেক্সত কেইজনমান প্ৰৱঞ্চকে ৩০০ টকাৰ বিনিময়ত আধাৰ কাৰ্ড বনাই দিয়াৰ এক প্ৰৱঞ্চনাৰ জাল পাতিছিল। …

জাগুনত বনৰীয়া হাতীৰ আক্ৰমণত আহত এজন

তিনিচুকীয়া, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন স্থানত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে শনিবাৰে নিশা তিনিচুকীয়া জিলাৰ জাগুনত বনৰীয়া হাতীৰ আক্ৰমণত আহত হয় এজন লোক। বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা শুকৰাম মাহালি নামৰ লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিশা …

চৰকাৰী চাইকেল বিতৰণৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ প্ৰধান শিক্ষকৰ

দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰীঃ কিছুদিন পূৰ্বে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ একাংশ চৰকাৰী স্কুলত প্ৰধান শিক্ষকে নাম ভৰ্তিৰ সময়ত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত এইবাৰ চৰকাৰী স্কুলত ছাত্ৰীসকলক চৰকাৰী আঁচনিৰ চাইকেল প্ৰদান কৰাৰ নামত ধন সংগ্ৰহ …