নলবাৰী জিলাৰ বালিকুছিত শোকাৱহ পথ দুৰ্ঘটনা
নলবাৰী, ১৬ ডিচেম্বৰঃ নলবাৰী জিলাৰ সদৰ থানাৰ অন্তৰ্গত কমাৰকুছিৰ বালিকুছিত শনিবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই শোকাবাহ দুর্ঘটনত ফলত থিতাতে নিহত হয় এটাপৰিয়ালৰ ৬ জনকৈ লোক৷ নিহত পৰিয়ালটো নলবাৰী জিলাৰ বৰভাগৰ সোণকলিৰ বুলি জানিব পৰা গৈছে৷ গুৱাহাটীৰত …