গুৱাহাটী ৰেল ষ্টেচনত পুনৰ কোটি টকাৰ সোন উদ্ধাৰ
গুৱাহাটী, ১১ ডিচেম্বৰঃ গুৱাহাটীৰ ৰেল ষ্টেচনৰ পৰা পুনৰ উদ্ধাৰ হৈছে কোটি টকাৰ সোন। দেওবাৰে ৰেল আৰক্ষীয়ে কামৰূপ এক্সপ্ৰেছৰ পৰা নতুন ২ হাজাৰৰ ১ কোটি ৬০ লাখ টকাসহ অমিত কুমাৰ শৰ্মা নামৰ এজন ব্যক্তিক আটক কৰাৰ পিছত আজি পুনৰ ৰেল ষ্টেচনত …