লাউডোবাত জল সংকট – বিশুদ্ধ খোৱা পানীৰ দাবীত পুৰুষ মহিলাৰ প্ৰতিবাদ

লাউডোবা, ২৩ নৱেম্বৰঃ দক্ষিণ কামৰূপৰ নগৰবেৰাৰ সীমান্তৱৰ্তী গোৱালপাৰাৰ লাউডোবা অঞ্চলত জল সংকটক ভুগিছে হাজাৰ হাজাৰ ৰাইজ। দুবছৰ ধৰি চৰকাৰী পানী যোগান আঁচনি বন্ধ হৈ থকাৰ ফলত গাঁওবাসীয়ে খাল, বিল আৰু কুঁৱাৰ লেতেৰা পানীৰে তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য হৈছে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই …

অভয়াৰণ্যত ৩৪ খন দেশৰ মহিলা বক্সাৰ

মায়ং, ২৩ নৱেম্বৰঃ গুৱাহাটীৰ চলি থকা যুৱ মহিলা বিশ্ব বক্সিঙ প্ৰতিযোগিতাত ভাগ লবলৈ অহা ৩৪ খন দেশৰ মহিলা বক্সাৰ আজি পুৱা উপস্থিত হয় পবিতৰা অভয়াৰণ্যত। ৩৪ খন দেশৰ মুঠ ৭০ গৰাকী মহিলা বক্সাৰ আৰু প্ৰতিযোগিতাৰ লগত জড়িত বিভিন্ন দেশৰ কৰ্মকৰ্তা …

আজিৰে পৰা ডিগবৈত ১৮ সংখ্যক ইণ্ডিয়ান অইল চাৰ্ভ মাষ্টাৰ গল্ফ আৰম্ভ

ডিগবৈ, ২২ নৱেম্বৰ: আজিৰে পৰা তৈল নগৰী ডিগবৈত অনুষ্ঠিত হৈছে ১৮ সংখ্যক ইণ্ডিয়ান অইল চাৰ্ভ মাষ্টাৰ গল্ফ প্ৰতিযোগিতা৷ ইণ্ডিয়ান অইল আৰু প্ৰফেচনেল গল্ফ ট্যুৰ অব ইণ্ডিয়া চমুকৈ পি জি টি আইৰ যৌথ উদ্যোগত ডিগবৈৰ গল্ফ লিংকত প্ৰফেচনেল টুৰ্নামেণ্টখনিৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছে৷ …

নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত দীঘলী পুখুৰী পাৰত ঐক্য সেনা অসমৰ অৱস্থান ধর্মঘট

গুৱাহাটী, ২২ নৱেম্বৰ: কেন্দ্রীয় চৰকাৰৰ আৰু এন এছ চি এম (আই এম)ৰ মাজত নাগালিম সম্পর্কত হােৱা নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ লগতে সাম্প্রতিক সময়ত ৰাজ্যখনত চলি থকা সীমা সমস্যা সমাধান কৰি ৰাজ্যখনত শান্তি আৰু সুস্থিৰতা অক্ষত ৰাখিবলৈ ঐক্য সেনা অসমে …

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত তপস্যাৰ সাফল্য

নগাঁও, ২২ নৱেম্বৰ: চিত্ৰকলাৰ ক্ষেত্রত শিশুৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যৰে গুজৰাটৰ ভাৱনগৰৰ ৰেইনবৌ আৰ্ট চেণ্টাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিছিল ‘অল ইণ্ডিয়া কলাৰিং এণ্ড হেণ্ড ৰাইটিং কম্পিটিশ্বন’৷ এই প্ৰতিযোগিতাত নগাঁৱৰ প্ৰদীপচ্ আৰ্ট এণ্ড ক্ৰাফ্টৰ প্ৰশিক্ষাৰ্থী তপস্যা গোহাঞি বৰুৱাই ‘খ’ শাখাত অংশগ্ৰহণ কৰি …

চি আৰ পি এফৰ বেটেলিয়ানৰ ফুটবল প্রতিযােগিতা

জাগীৰোড, ২২ নৱেম্বৰ: ৰাজ্যত এতিয়া আই এচ এলৰ উন্মাদনা৷ পিছ পৰি ৰোৱা নাই ফুটবল প্রতিযােগিতা চি আৰ পি এফৰ বেটেলিয়ানো৷ স্কুলীয়া ছাত্ৰৰ মাজত অনুষ্ঠিত কৰিলে এখন প্ৰীতি ফুটবল প্ৰতিযোগীতা৷ বুধবাৰে চি আৰ পি এফৰ ১২৮ নং বেটেলিয়ানে জাগীৰোড উচ্চতৰ মাধ্যমিক …

হিউমেনিটি’য়ে গৰকিলে ২টাকৈ বছৰ, বৃন্দাবন গাৰ্ডেনত ৰক্তদান শিবিৰ-সজাগতা সভা

গুৱাহাটী, ২২ নৱেম্বৰ: ৰক্তদান সম্পৰ্কীয় সজাগতা সম্প্ৰসাৰণত জড়িত স্বেচ্ছাসেৱী গোট ‘হিউমেনিটি’য়ে ২৩ নৱেম্বৰত দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব৷ গুৱাহাটীৰ জু – ৰোড তিনিআলিৰ বৃন্দাবন গাৰ্ডেনত স্বেচ্ছাসেৱী ৰক্তদান শিবিৰ, সজাগতামূলক সভাৰ লগতে অন্য বিভিন্ন কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব৷ জু …

যোৰাবাটত ত্ৰিপুৰাৰ সাংবাদিক হত্যাৰ প্ৰতিবাদ

গুৱাহাটী,২২ নৱেম্বৰঃ ত্ৰিপুৰাত সাংবাদিক সুদীপ দত্ত ভৌমিকৰ হত্যাৰ বিৰুদ্ধে যোৰাবাটত ইণ্ডিয়ান ৰিপ’ৰ্টাৰ্ছ এছ’চিয়েচনৰ অসম শাখাৰ প্ৰতিবাদ। প্ৰতিবাদত অংশগ্ৰহণ কৰিলে ডিমৰীয়া ছাত্ৰ সন্থা আৰু যোৰাবাট সাংবাদিক সংস্থাই। প্ৰতিবাদকৰি সকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক চৰকাৰৰ পুত্তলিকা দাহ কৰি …

টেঙাপুখুৰী মজলীয়া বিদ্যালয়ত “গীতে – মাতে শিশুৰ সমন্বয়ৰ এদিন” উদযাপন

শিমলুগুৰি, ২১ নৱেম্বৰ: টেঙাপুখুৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক গোট, পৰিচালনা সমিতি আৰু ছাত্ৰ সংসদৰ সৌজন্যত অঞ্চলটোত প্ৰথম বাৰৰ বাবে শিশু সকলক সামৰি এক ব্যতিক্ৰমী অনুষ্ঠান “গীতে – মাতে শিশুৰ সমন্বয়ৰ এদিন” দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। নাজিৰা আৰু চৰাইদেউ মহকুমাৰ প্ৰতিবেশী প্ৰাথমিক …

অসম তেল সংমণ্ডলৰ এপেণ্ডিক্সৰ পৰীক্ষাত বহিৰাগত প্ৰাৰ্থী বাতিলৰ দাবীত ডিগবৈত বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ

ডিগবৈ, ২১ নৱেম্বৰ: থলুৱা নিবনুৱাক প্ৰৱঞ্চনা কৰি বহিৰাগত প্ৰাৰ্থী আমদানিৰে অসম তেল সংমণ্ডলে এপেণ্ডিক্স পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে তৈল নগৰী ডিগবৈ৷ অসম তেল সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত আজি আলফাৰ যুদ্ধ বিৰতি গোটৰ নেতা জীতেন দত্ত, …