কিউবাৰ হাতত কৰ্কটৰ টিকা
ডিজিটেল ডেস্ক, ২০ নৱেম্বৰ: কৰ্কটৰ নিচিনা মাৰাত্মক ৰোগ বৰ্তমান এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে আৰু এই ৰোগৰ পৰা মানৱজাতিক ৰক্ষা কৰাৰ বাবে দিনে নিশাই বিশিষ্ট চিকিৎসক আৰু বৈজ্ঞানিকসকল চেষ্টা কৰিও কোনো সুফল উলিয়াব পৰা নাই। এই ৰোগ নিৰ্মূল কৰাৰ পৰীক্ষা-নিৰীক্ষাত বৈজ্ঞানিকসকল …