তথ্যচিত্ৰৰ নামত জাতিংগাত পৰিভ্ৰমী চৰাই নিধন
জাতিংগা, ২৫ অক্টোবৰঃ ডিমা হাছাও জিলাৰ জাতিংগাত অনুমতি বিহীন তথ্যচিত্ৰৰ নামত পৰিভ্ৰমী চৰাই নিধনত নামিছে স্থানীয় ব্যৱসায়ী আৰু বিদেশী পৰ্যটক। জাতিংগাত চাহ বাগানৰ স্বত্বাধিকাৰীৰ পুত্ৰ আনন্দ চেটাৰ্জী আৰু এজন ব্ৰাজিলৰ পৰ্যটকে স্থানীয় গাওঁবাসীক ধনৰ লোভ দি জাতিংগাত চলাইছে পৰিভ্ৰমী চৰাইৰ …