ৰঙিয়াত এবিএমছুৰ ৰেল আৰু ৰাজপথ অৱৰোধ
ৰঙিয়া, ১৩ অক্টোবৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক আটক কৰাত আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত ৰঙিয়াৰ খন্দিকৰত এবিএমছুৰ তামুলপুৰ জিলা সমিতিয়ে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীয়ে ৰঙিয়াৰ খন্দিকৰ ৰেল ষ্টেচনত ৰেল অৱৰোধ কৰাৰ লগতে ৰঙিয়া গোৰেশ্বৰ পথত টায়াৰ জ্বলাই পথ …