গুৱাহাটীত ৰেনো ইণ্ডিয়াৰ অত্যাধুনিক ডিলাৰশ্বিপ মুকলি
গুৱাহাটী, ৭ অক্টােবৰঃ দেশৰ ক্ষীপ্ৰ বিকশিত অ’টােমােবাইল ব্ৰেণ্ডসমূহৰ অন্যতম ৰেনােই গুৱাহাটী মেট্ৰ’পলিটান (আৰবান বন্ড মটৰ প্রাইভেট লিমিটেড) শীর্ষক এক ৩এছ অত্যাধুনিক ডিলাৰশ্বিপ মুকলি কৰে। বিক্ৰী, ছার্ভিচ আৰু স্পেয়াৰ পাৰ্টৰ একমাত্র উপলব্ধতাৰে এই নতুন ডলাৰশ্বিপটােৱে গুৱাহাটী তথা ইয়াৰ উপকণ্ঠ অঞ্চলৰ উপভোক্তালৈ …