জিএনএলএৰ নামত ধন দাবী কৰা তিনি যুৱকক আটক
দক্ষিণ শালমাৰা, ২৮ আগষ্টঃ দক্ষিণ শালমাৰাৰ আইৰকাটাত আৰক্ষীয়ে জিএনএলএৰ নামত ধন দাবী কৰা তিনিজন যুৱকক আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, দক্ষিণ শালমাৰাৰ আইতকাটাৰ এখন এল পি স্কুলৰ প্ৰধান শিক্ষকৰ পৰা যুৱককেইজনে ৫০ লাখ টকা দাবী কৰিছিল৷ দাবী কৰা ধন নিবলৈ …