বলাইপাথাৰ মজলীয়া বিদ্যালয়তৰ প্ৰধান শিক্ষকক সম্বৰ্ধনা
কলগাছিয়া, ২২ ছেপ্টেম্বৰঃ বৰপেটাৰ ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ২৩নং বলাইপাথাৰ মজলীয়া বিদ্যালয়তৰ প্ৰধান শিক্ষক শ্বাৰফান আলীক বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু স্থানীয় ৰাইজৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে, বৰপেটাৰ কলগাছিয়া ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত বলাইপাথাৰ মজলীয়া বিদ্যালয়তৰ প্ৰধান শিক্ষক …