কলগাছিয়াৰ গাড়ী চালক গোৱালপাৰাত নিৰুৰ্দ্দেশ
কলগাছিয়া ২০ ছেপ্তেম্বৰঃ বৰপেটাৰ কলগাছিয়াৰ এজন চালকে নিজৰ চুইফট্ ডিজায়াৰ গাড়ীলৈ ভাড়াত যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমতলাৰ ৰফিকুল ইছলাম ওৰফে ৰাইজুদ্দিন কালি বিয়লি কলগাছিয়াৰ দেওকুৰাৰ …