বৰক্ষেত্ৰীৰ ঘোৰাথালত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন
মুকালমুৱা, ৮ ছেপ্টেম্বৰঃ নলবাৰীৰ দক্ষিণ প্ৰান্তৰ বৰক্ষেত্ৰী সমষ্টিৰ ঘোৰাথালত এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ বৰক্ষেত্ৰী সমষ্টিৰ ঘোৰাথালৰ আঞ্চলিক জনকল্যাণ সমিতিৰ ব্যক্তিগত স্বেচ্ছাসেৱী সংন্থাটোৱে বিনামূলীয়া চিকিৎসা শিবিৰটো আয়োজন কৰে৷ এই চিকিৎসা শিবিৰত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ কেবাজনো অভিজ্ঞ চিকিৎসকে ৰোগীক …