সাহসিকতাৰ বঁটাৰে বৰতলালৈ গৌৰৱ কঢ়িয়াই আনিলে দীনেশ বৰ্মনে
মুকালমুৱা, ১৭ আগষ্টঃ নলবাৰীৰ দক্ষিণ প্ৰান্তৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰতলাৰ যুৱত তথা আৰক্ষী জোৱান দীনেশ বৰ্মনে সাহসিকতাৰ বঁটা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ দশম আৰক্ষী বাহিনীৰ জোৱান দীনেশ বৰ্মনে কিছুবছৰ পূৰ্বে উগ্ৰপন্থী অভিযানত সাহসিকতাৰ পৰিচয় দাঙি ইতিহাসৰ পাতত নিজৰ নাম …