কলগাছিয়াত কবিতাৰ উমেৰে এদিন পালন
কলগাছিয়া, ২০ আগষ্টঃ বৰপেটাৰ কলগাছিয়াত অসম সমন্বয় সাহিত্য পৰিষদৰ উদ্যোগত কবিতাৰ উমেৰে এদিন পালন কৰা হয়। কলগাছিয়াৰ নৱোদয় পুথিভড়ালত দিনৰ ১২ বজাত নৱ প্ৰজন্মৰ মাজত সাহিত্য চৰ্চ্চাৰ বহল প্ৰচাৰ আৰু কলমৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ লগতে নতুন সাহিত্যিকৰ সৃষ্টি কৰাৰ উদ্দেশ্যে …