নথিপত্ৰ বিহীন যানবাহনৰ বিৰুদ্ধে খাৰুপেটিয়া আৰক্ষীৰ তালাচী
খাৰুপেটিয়া, ২৮ জুলাইঃ দৰং জিলাৰ খাৰুপেটিয়া আৰক্ষী থানাৰ যান বাহন আৰক্ষীয়ে নিমতলী দলঙৰ কাষত নথিপত্ৰ বিহীন যান বাহনৰ বিৰুদ্ধে তালাচী চলায়৷ নগৰখনৰ মাজেদি যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পুলিচ পইন্টৰ পৰা অসম ক্লাবলৈ আৰু পৰিবহন বিভাগৰ বাছ আস্থানৰ সন্মুখত …