লখিমপুৰত বিদ্যালয় উচ্ছেদৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
লখিমপুৰ, ৩ আগষ্টঃ লখিমপুৰৰ এখন ব্যক্তিগত খণ্ডৰ জাতীয় বিদ্যালয়ক প্ৰশাসনে উচ্ছেদ কৰাক কেন্দ্ৰ কৰি বিহপুৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লখযোগ্য যে, বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লালুকত অৱস্থিত জাতীয় বিদ্যালয়খন চৰকাৰী ভূমিত থকাৰ পৰিপ্ৰেক্ষিতত …