Rajasthan Royals : ক্ৰমাগত দুখন মেচত পৰাস্ত ৰয়েলছ : দলৰ ভুল স্বীকাৰ ছাংগাকাৰাৰ

নিউজ ডেস্ক, ৮ মে’, ২০২৪ : ৰাজস্থান ৰয়েলছে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ প্লে-অফত স্থান নিশ্চিত কৰিবলৈ বাকী থকা তিনিখন মেচৰ এখনত জয়লাভ কৰিব লাগিব৷ ছিজনৰ প্ৰথম নখন মেচৰ আঠখনতে জয়লাভ কৰি সুন্দৰ আৰম্ভনি কৰা ৰয়েলছে অন্তিম দুখন মেচত পৰাজয়ৰ …

Man-Elephant Conflict : ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত

তামুলপুৰ, ৭ মে’, ২০২৪ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন লোক (Wild Elephant Killed One)। বনৰীয়া হাতীৰ জাকৰ পৰা কলগছৰ বাগান ৰক্ষা কৰিবলৈ যোৱা দুজন লোকক আক্ৰমণ কৰে এটা দাতাল হাতীয়ে। দাতাল হাতীটোৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে …

Third Phase Voting : দেশৰ ১৮ সংখ্যক সাধাৰণ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

নিউজ ডেস্ক, ৭ মে’, ২০২৪ : দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ (Loksabha Election) তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ। দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ খন আসনত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৩৫১ গৰাকী …

Kamrup Metro : কামৰূপ মহানগৰ জিলাত আছে ১০.৫৫ লাখ ভোটাৰ : ২৬ টা আদৰ্শ ভোট কেন্দ্ৰ স্থাপন

গুৱাহাটী, ৬ মে’, ২০২৪ : মঙলবাৰে অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ (Voting)। ৰাজ্যৰ চাৰিখন আসনত হ’ব ভোট গ্ৰহণ। গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনকলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ। সোমবাৰে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বিতৰণ কৰা হয় নিৰ্বাচনী সামগ্ৰী। কামৰূপ মহানগৰ জিলাৰ …

Cricket : বাংলাদেশৰ ১৫ অনুৰ্দ্ধ দলৰ বিৰুদ্ধে অসমৰ ১৬ অনুৰ্দ্ধ দলৰ দ্বিতীয় খেল ড্ৰ

নিউজ ডেস্ক, ৫ মে’, ২০২৪ : বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ (Bangladesh Cricket Board) ১৫ বছৰৰ অনুৰ্দ্ধ দলৰ বিৰুদ্ধে হোৱা দ্বিতীয়খন তিনিদিনীয়া খেল তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজেৰে আজি ড্ৰ হিচাপে সামৰিছে অসমৰ ১৬ অনুৰ্দ্ধ দলে। বগুৰাৰ শ্বহীদ চান্দু ষ্টেডিয়ামত হোৱা খেলখনত টছত পৰাজিত …

Assamese Movie : ১৭ মে’ত ছবিগৃহলৈ আহিব ‘জিয়া’ : মুক্তি পালে ট্ৰেইলাৰ

গুৱাহাটী, ৪ মে’, ২০২৪ : শেহতীয়াকৈ জনপ্ৰিয় পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনাৰে নিৰ্মিত বহুপ্ৰত্যাশিত অসমীয়া বোলছবি ‘জিয়া’ৰ (Jiya) ট্ৰেইলাৰে মুক্তিলাভ কৰিছে।উল্লেখ্য যে, অহা ১৭ মে’ত অসমৰ ছবিগৃহত মুক্তিলাভ কৰিবলগীয়া ‘জিয়া’ই ইতিমধ্যেই ছবি সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। …

Water Crisis : ১৫ দিনত মাত্ৰ এখন পানীৰ টেংকাৰ আহে গাঁওখনত : গাঁওখনৰ বাসিন্দাৰ ভোট বৰ্জন

নিউজ ডেস্ক, ৪ মে’, ২০২৪ : এটুপাল পানীৰ বাবে হাহাকাৰ কৰে এখন গাঁবৰ বাসিন্দাই। ১৫ দিনত মাত্ৰ এখন পানীৰ টেংকাৰ আহে গাঁওখনত। পানী ‘পানী নাই, ভোট নাই’ (No Water, No Vote)। ভোট বৰ্জন কৰিলে গাঁওখনৰ বাসিন্দাই। নিৰ্বাচনৰ সময়ত গাঁওখনলৈ ভোট …

Loksabha Election : ৰায়বৰেলীৰ পৰা যুঁজিব ৰাহুল গান্ধী : আমেথিৰ পৰা কে এল শৰ্মাক টিকট প্ৰদান কংগ্ৰেছৰ

নিউজ ডেস্ক, ৩ মে’, ২০২৪ : উত্তৰ প্ৰদেশৰ দুখন গুৰুত্বপূৰ্ণ আসন ৰায়বৰেলী আৰু আমেথিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছ (Congress) দলে। ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীক নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰাৰ সিদ্ধান্ত কংগ্ৰেছ দলৰ। আনহাতে আমেথিৰ পৰা কংগ্ৰেছৰ দলৰ হৈ যুঁজিবলৈ টিকট …

Covishield : ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবী

গুৱাহাটী, ২ মে’, ২০২৪ : ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবী।ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাৰ বিৰুদ্ধে সৰৱ আপ, অসম মুখপাত্ৰ অনুৰূপা ডেকাৰজা। ক’ভিশ্বিল্ড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াই জনসাধাৰণৰ মাজত পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে বুলি …

Corona : কৰ’ণা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয় পালে উচ্চতম ন্যায়ালয় : তদন্তৰ বাবে পেনেল গঠন কৰাৰ দাবী

নিউজ ডেস্ক, ১ মে’, ২০২৪ : ব্ৰিটিছ ফাৰ্মা কোম্পানী এষ্ট্রাজেনেকেই স্বীকাৰ কৰিছে যে তেওঁলোকৰ কৰ’ণা ভেকচিনে (Corona Vaccine) অতি বিৰল ক্ষেত্ৰত তেজ জমা হোৱাৰ সৈতে জড়িত পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। ব্ৰিটিছ ফাৰ্মা কোম্পানীটো এষ্ট্রাজেনেকেৰ কভিশ্বিল্ড ভেকচিনৰ সুৰক্ষাৰ দিশক লৈ চলি …