একেৰাহে ৪৪ বছৰ হাত দাঙি থকা বাবা
গুৱাহাটী, ২২ জুনঃ অম্বুবাসী মেলা উপলক্ষে কামাখ্যা মন্দিৰত ভিৰ কৰিছে লাখ লাখ ভক্তই। ভৰি পৰিছে কামাখ্যা মন্দিৰ সাধু-সন্যাসী আৰু বাবায়ে। মন্দিৰ প্ৰাঙ্গনৰ লগতে সমগ্ৰ গুৱাহাটী মহানগৰী তথা ইয়াৰ কাষৰীয়া অঞ্চলতো মাৰ আশীষ বিচাৰি ভিৰ কৰিছে ভক্ত আৰু বাবাই। এই বাবাসকলৰ …