অপহৰণৰ লগত জড়িত থকাৰ সন্দেহত মুকালমুৱাত মহিলাক গৃহবন্দী

মুকালমুৱা, ২৩ জুনঃ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত শনিৰোডত এজন লোকে ষাঠি উৰ্দ্ধৰ এগৰাকী মহিলাক নিজ ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুহৰি, শনিৰোডৰ নিবাসী বিল্লালুৰ ৰহমান নামৰ লোকজনে তেওঁৰ জীয়েকৰ অপহৰণৰ লগত জড়িত …

ভাৰত-বাংলা সীমান্তত গৰু সৰবৰাহকাৰী আটক

দক্ষিণ শালমাৰা, ২৩ জুনঃ দক্ষিণ শালমাৰাৰ ভাৰত-বাংলা সীমান্তত বিএছএফৰ আক্ৰমণত দুইজন  গৰু সৰবৰাহকাৰী আহত হয়৷ সীমান্তত গৰু সৰবৰাহৰ চেষ্টা চলাওঁতে বিএছএফৰ জোৱানে সৰবৰাহকাৰী দুজনক আটক কৰে৷ সৰবৰাহকাৰী দুজনে পলায়নৰ চেষ্টা কৰে যদিও বিএছএফৰ জোৱানে দুয়োকে প্ৰহাৰ কৰি চৰত পেলাই দিয়ে৷ …

গৰৈমাৰীত পুখুৰীত পৰি মৃত্যু নৱবিবাহিতা বোৱাৰীৰ

গৰৈমাৰী, ২৩ জুনঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত এগৰাকী নৱবিবাহিতা বোৱাৰীৰ কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোঁকৰ পৰিবেশ সৃষ্টি কৰিছে৷ গৰৈমাৰী বজাৰৰ গাতে লাগি থকা এটা পুখুৰীত এগৰাকী নৱবিবাহিতা বোৱাৰীৰ সলিল সমাধি ঘটে৷ নিহত মহিলাগৰাকী শুকুৰ আলীৰ পত্নী মমতাজ বেগম (২২)৷ মমতাজে ঈদৰ …

ভাণ্ডাৰাত ১০৮ সুৰামত্ত চালকৰ দুৰ্ঘটনা কৰি পলায়নৰ চেষ্টা

মানিকপুৰ, ২৩ জুনঃ চিকিৎসালয়ত ৰোগীক লৈ যাবলৈ, দুৰ্ঘটনা সংঘটিত হলে, আহতক চিকিৎসালয় লৈ যাবলৈ ৰাইজে ফোন কৰে ১০৮ সেৱাক৷ কিন্তু এতিয়া এই সেৱাৰ নিৰাপত্তাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ বঙাইগাঁৱৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰত ১০৮ গাড়ী চালকৰ কৰ্ম কাণ্ডই …

ৰেলৱেত নিযুক্তিৰ ক্ষেত্ৰত থলুৱাক বঞ্চনা বিৰুদ্ধে ৰহাত আছুৰ প্ৰতিবাদ

ৰহা, ২৩ জুনঃ ৰেলৱে বিভাগত নিযুক্তিৰ ক্ষেত্ৰত থলুৱাক বঞ্চনা কৰাৰ ঘটনাক লৈ ৰহা নতুন চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থাৰ ৰহা আঞ্চলিক সমিতিৰ শতাধিক সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, উত্তৰ পূব সীমান্ত ৰেলৱেত তৃতীয় বৰ্গৰ কমাৰ্চিয়েল এপ্ৰেনটিচ পদৰ কাৰণে গুৱাহাটীৰ …

বিটিচিৰ পশু চিকিৎসকলৈ মটৰ চাইকেল বিতৰণ

কোকৰাঝাৰ, ২২ জুনঃ বিটিচিত কৰ্মৰত পশু চিকিৎসকসকলে অধিক সক্ৰিয়তাৰে ৰাইজক সেৱা আগবঢ়াব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিটিচিৰ জিলা আৰু মহকুমা পৰ্য্যায়ৰ দহগৰাকী পশু চিকিৎসকলৈ দহখন মটৰ চাইকেল বিতৰণ কৰা হয়৷ কোকৰাঝাৰ চহৰৰ তিতাগুৰিস্থিত পশু চিকিৎসা আৰু পালন বিভাগৰ সঞ্চালকৰ কাৰ্য্যালয় …

ছেৰফাগুৰিৰ আফলাগাঁৱত এনডিএফবি (এছ) ৰ কেডাৰ আটক

কোকৰাঝাৰ, ২২ জুনঃ কোকৰাঝাৰৰ ছেৰফাংগুৰী আৰক্ষী থানাৰ অৰ্ন্তগত আফলাগাওঁত এনডিএফবি (এছ)ৰ দুৰ্ধষ কেডাৰ আটক কৰা হয়৷ সেনাবাহিনীৰ তৃতীয় ৰাজপুট ৰেজিমেন্ট আৰু আৰক্ষীয়ে যুটীয়াভাবে অভিযান চলাই এনডিএফবি (এছ) ৰ ৩৯ নং বেটছৰ দুৰ্ধষ সদস্যজনক আটক কৰে৷ জানিব পৰা মতে, আটকাধীন সদস্য …

মিৰা কুমাৰ Vs ৰামনাথ কোবিন্দ

অনলাইন ডেস্ক সংবাদ ৩৬৫, ২২ জুনঃ এনডিএৰ ৰামনাথ কোবিন্দৰ বিপৰীতে ইউপিএৰ মিৰা কুমাৰ। দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে এনডিএৰ ফালৰ পৰা ৰামনাথ কোবিন্দৰ নাম ঘোষণা কৰাৰ পিছতেই ইউপিএ ফালৰ পৰা পূৰ্বৰ লোকসভা অধ্যক্ষ মীৰা কুমাৰৰ নাম ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতি …

ৰেলৱেত নিযুক্তিৰ ক্ষেত্ৰত থলুৱা প্ৰাৰ্থীক বঞ্চনা

ৰহা, ২২ জুনঃ উত্তৰ পূব সীমান্ত ৰেলৱেত তৃতীয় বৰ্গৰ পদত নিযুক্তিৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰেলৱেত কমাৰ্চিয়েল এপ্ৰেনটিচ পদৰ বাবে গুৱাহাটীৰ ৰেলৱেৰ নিযুক্তি বৰ্ডে প্ৰকাশ কৰা ৫১ জনীয়া তালিকাত এজনো থলুৱা প্ৰাৰ্থী নাম নথকাৰ …

নিউ ইণ্ডিয়া চেম্পিয়নশ্বিপ শীৰ্ষক প্রতিযোগিতাৰ আয়োজন

নতুন ভাৰত নির্মাণৰ অংশীদাৰ হ’বলৈ নাগৰিকক আহ্বান নতুন দিল্লী, ২১ জুনঃ ভাৰতৰ চৰকাৰৰ বৈদ্যুতিক আৰু তথ্য প্রযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ দেশৰ নাগৰিকক জড়িতকৰণৰ মঞ্চ MyGov.in য়ে নিউ ইণ্ডিয়া চেম্পিয়নশ্বিপ শীৰ্ষক এক প্রতিযোগিতাৰ আয়োজন কৰিছে৷ এই প্রতিযোগিতাৰ লক্ষ্য হৈছে ভাৰতৰ নাগৰিকক জড়িত কৰি তেওঁলোকৰ …