বলিউডৰ মা ৰীমা লাগুৰ দেহাৱসান
অনলাইন ডেস্ক, ১৮ মেঃ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰীমা লাগুৰ বুধবাৰে পুৱতি নিশা ৩ বাজি ১৫ মিনিটত মুম্বাইৰ কোকিলাবেন হস্পিতালত দেহাৱসান ঘটে। ৰীমা লাগু হৃদৰোগত আক্ৰান্ত হৈ মুম্বাইৰ কোকিলাবেন হস্পিতালত চিকিৎসাধীন হৈ আছিল। হাম আপকে হে কৌন, কল হৌ না হৌ, মেনে …