Cycle Rally : ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
গুৱাহাটী, ২৮ এপ্ৰিল, ২০২৪ : ভোটাৰৰ মাজত সজাগতা সৃষ্টি, (Voter Awareness) ভোটদানৰ হাৰ বৃদ্ধি, যুৱ প্ৰজন্মক বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা সকলক ভোটদানৰ প্ৰতি আকৰ্ষন কৰাৰ উদ্দেশ্যে দেওবাৰে পুৱা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত এক চাইকেল ৰেলী উলিওৱা হয়। …