বেজী পালেহি গুৱাহাটী
গুৱাহাটী, ১৬ মেঃ হাজো, বৰপেটাকে ধৰি নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পিছত এইবাৰ বেজী আহি পালে মহানগৰী গুৱাহাটীত৷ যোৱা কিছুদিন ধৰি নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত আতংকৰ সৃষ্টি কৰা নপুংসক কৰা বেজী অৱশেষত গুৱাহাটী মহানগৰীতো আহি পালে৷ মহানগৰীৰ হাতীগাঁও স্থিত নতবমাৰ …