গছ কটাক লৈ উত্তপ্ত সোণতলী
সোণতলী, ৬ মেঃ প্ৰকৃতি ধ্বংস নহয়, প্ৰকৃতি উজ্জীৱিত কৰাৰ স্বাৰ্থত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন ছাত্ৰ-ছাত্ৰীক কমেও এডালকৈ গছ ৰুপনৰ আহ্বান জনাইছে৷ শিক্ষামন্ত্ৰীগৰাকীয়ে গছ ৰোপন কৰা ছাত্ৰ-ছাত্ৰীসকলৰহে বিদ্যালয়ৰ ভৰ্ত্তী মাচুল বিনামূল্যে কৰাৰো ঘোষনা কৰিছে৷ এনে সময়তে এখন উচ্চ শিক্ষানুষ্ঠানৰ …