গাত খান্দি মোবাইল চুৰি
নলবাৰী, ৯ মেঃ নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ লাউপাৰাৰ চক বজাৰত গাত খান্দি চোৰ সোমাল ম’বাইলৰ দোকানত৷ লুটি নিলে অৰ্ধ লক্ষাধিক টকাৰ ম’বাইল৷ ভাংনামাৰী আৰক্ষী চকীৰ নাতিদূৰৈত থকা লাউপাৰা চক বজাৰস্থিত শুকচান আলীৰ ম’বাইল দোকানত ৰাতি আন্ধাৰৰ সুযোগলৈ দোকানখনৰ পিছফালে চোৰে গাত …