Assam Jatiya Parishad : মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে বাজেপয়ী ভৱনৰ ছত্ৰছায়াত চাকৰিৰ বজাৰ চলি থকাৰ অভিযোগ অসম জাতীয় পৰিষদৰ
গুৱাহাটী, ১৮ আগষ্ট, ২০২৩: ৰাজ্যত শেহীয়াভাৱে উন্মোচিত হোৱা বৃহৎ চাকৰিৰ বজাৰখন অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) জ্ঞাতসাৰে ৰাজ্যিক বিজেপিৰ মুখ্যালয় বাজপেয়ী ভৱনৰ পৰাই পৰিচালিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে৷ শুকুৰবাৰে এখন সংবাদ মেলৰ …