Tinsukia : তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৪৫ টাকৈ ঘৰ
তিনিচুকীয়া, ১২ অক্টোবৰ, ২০২৩ : ভয়ংকৰ অগ্নিকাণ্ডত (Fire Incident) গৃহহীন হ’ল ৪৫ টাকৈ পৰিয়াল। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হ’ল ৪৫ টাকৈ ঘৰ। বিস্ফোৰণ ঘটে কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ। অগ্নিকাণ্ডৰ পিছতে সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ। অগ্নি নিৰ্বাক বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত …