Gandhi Jayanti : গান্ধী জয়ন্তীত কেয়াৰ ইউ ৩৬৫ ৰ স্কুল ৱাপছি অভিযানৰ কণ কণ শিশুৱে গান্ধীজীৰ বেশভূষাৰে উলিয়ালে শোভাযাত্ৰা
গুৱাহাটী, ২ অক্টোবৰ, ২০২৩ : জাতিৰ পিতা মহাত্মা গান্ধীৰ (Mahatma Gandhi) জয়ন্তীত শ্ৰদ্ধা নিবেদন কৰি এক বৰ্ণিল শোভাযাত্ৰাত অংশ ল’লে বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ ৰ “স্কুল ৱাপচি” কাৰ্যসূচীৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে। গান্ধী জয়ন্তীত কেয়াৰ ইউ ৩৬৫ ৰ “স্কুল ৱাপছি” …