Erosion : ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই হঠাৎ কাল ৰূপ ধাৰণ কৰিছে বৰক্ষেত্ৰীত
মুকালমুৱা, ২৮ ছেপ্টেম্বৰ, ২০২৩ : ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই হঠাৎ কাল ৰূপ ধাৰণ কৰিছে বৰক্ষেত্ৰীত (River Brahmaputra Erosion)। নিশা হঠাৎ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল সোঁতে খহাবলৈ ধৰে জলসম্পদ বিভাগৰ মথাউৰি। অঞ্চলজুৰি সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ। নিশাই নিৰাপদ স্থানৰ সন্ধানত ঢাপলি মেলে …