Dibyajyoti Saikia : ডঃ দিব্যজ্যোতি শইকীয়া বংগ গৌৰৱ সন্মানেৰে সন্মানিত
কলকাতা, ২৫ ছেপ্টেম্বৰ, ২০২৩ : কলকাতাত (Kolkata) ৱৰ্ল্ড বুক অৱ ষ্টাৰ ৰেকৰ্ডছ আৰু অলটাৰনেটিভ মেডিচিন ডেভেলপমেণ্ট ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ভাৰতবৰ্ষৰ প্ৰখ্যাত অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট যুক্তিবাদী চিন্তাবিদ, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ …