One Arrested While Taking Bribe : অংগণবাড়ী কৰ্মীৰ চাকৰি দিয়াৰ নামত দাবী কৰিছিল ১ লাখ টকাৰ উৎকোচ
তামুলপুৰ, ২১ ছেপ্টেম্বৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ৮ হাজাৰ টকা উৎকোচ …