New Assamese Film : ৬ অক্টোবৰত চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া চলচ্চিত্ৰ ‘এটি নক্ষত্ৰ’

গুৱাহাটী, ৬ ছেপ্টেম্বৰ, ২০২৩ : সম্প্ৰতি মুক্তিৰ ক্ষণ গণি থকা নতুন অসমীয়া চলচ্চিত্ৰ ‘এটি নক্ষত্ৰ’ অহা ৬ অক্টোবৰত অসমৰ লগতে দেশৰ কেবাখনো মহানগৰৰ চিত্ৰগৃহত (Cinema Hall) মুক্তি দিয়া হ’ব৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি চলচ্চিত্ৰখনৰ বিষয়ে সংবাদ …

Missing News : দক্ষিণ কামৰূপৰ পৰা সন্ধানহীন এজন যুৱক আৰু এগৰাকী বৃদ্ধ

জিতুমণি শৰ্মা পলাশবাৰী, ৬ ছেপ্টেম্বৰ, ২০২৩ : দক্ষিণ কামৰূপৰ পৰা সন্ধানহীন দুইজন লোক (Two Missing From South Kamrup)। এজন যুৱক আৰু এগৰাকী বৃদ্ধ সন্ধানহীন। যুৱকজন পলাশবাৰীৰ আৰু বৃদ্ধ গৰাকী আজাৰাৰ মাজিৰগাঁওৰ। দুয়োটা পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ। পৰিয়াল দুটাই থানাত এজাহাৰ …

Road Accident : ভয়ংকৰ পথ দুর্ঘটনাত নিহত ৭ গৰাকী লোক, আহত ১২ গৰাকী

তিনিচুকীয়া, ৬ ছেপ্টেম্বৰ, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনা। এখন ট্ৰাক আৰু এখন টাটা মেজিকৰ মাজত মুখামুখি সংঘর্ষ। থিতাতে নিহত ৭ গৰাকী লোক, আহত ১২ গৰাকী (7 killed and 12 injured)। ট্ৰাকখনৰ চালকজন অত্যাধিক মদ্যপান কৰি ট্ৰাকখন চলাই আছিল। আহত …

Teachers Day : পৱিত্ৰ শিক্ষক দিৱসত শিক্ষকৰ আশীৰ্বাদেৰে আগবাঢ়ি যোৱাৰ সংকল্প তৃণমূল কংগ্ৰেছৰ

গুৱাহাটী, ৫ ছেপ্টেম্বৰ, ২০২৩ : শিক্ষকসকল হৈছে সমাজৰ মাৰ্গদৰ্শক, শ্ৰেষ্ঠ পৰামৰ্শদাতা। শিক্ষাগুৰুৰ পৰামৰ্শ আৰু আশীৰ্বাদে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰি ৰাখে। মঙলবাৰে পৱিত্ৰ শিক্ষক দিৱসৰ দিনটোত এই কথাকেই স্মৰণ কৰে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে। ৫ ছেপ্তেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পৱিত্ৰ শিক্ষক …

NF Railway : শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লৰ ৰঙিয়ালৈকে সম্প্ৰসাৰিত সেৱাৰ  শুভাৰম্ভ

গুৱাহাটী, ৪ ছেপ্টেম্বৰ, ২০২৩ : যাত্ৰীসকলৰ সুবিধাৰ্থে, ৪ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উভয় দিশত ৰঙিয়ালৈকে (Rangia) ত্ৰি-সাপ্তাহিক ৰে’ল নং ১৫৬১২-১৫৬১১ (শিলচৰ-গুৱাহাটী-শিলচৰ) এক্সপ্ৰেছ ৰে’লখনৰ সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, লোকসভাৰ সাংসদ দিলীপ শইকীয়া আৰু ৰঙিয়াৰ …

Jinjiram River : জিঞ্জিৰাম নদীত গা ধুবলৈ গৈ বেটেলিয়ান জোৱানৰ সলিল সমাধি

মানকাচৰ, ৪ ছেপ্টেম্বৰ, ২০২৩ : নদীত গা ধুবলৈ গৈ বেটেলিয়ান জোৱানৰ (Batelian Jawan) সলিল সমাধি। জিঞ্জিৰাম নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন বেটেলিয়ান জোৱানৰ। মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী ঝাউডাঙাত জিঞ্জিৰাম নদীত গা ধুবলৈ গৈছিল বেটেলিয়ান জোৱানজন। মানকাচৰ আৰক্ষী মহলত গভীৰ …

NF Raiwaly : ১.৭৪ লাখ টকা মূল্যৰ চুৰিৰ সামগ্ৰী উদ্ধাৰ, ১১ জনক আটক

গুৱাহাটী, ৩ ছেপ্টেম্বৰ, ২০২৩ : উত্তৰ পূব সীমান্ত(North East Frontier Railway) ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২৯ ৰ পৰা ৩১ আগষ্টৰ ভিতৰত এই সংমণ্ডলত নিয়মীয়া অনুসন্ধান আৰু অভিযান চলাই থকা সময়ত যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ সৈতে জড়িত ১১ জন লোকক আটক …

Ahmadiyya Muslim Jamat : আহমদীয়া মুছলিম জামাত ডিব্ৰুগড়ে প্ৰথমবাৰৰ বাবে বাৰ্ষিক শান্তি আলোচনা চক্ৰৰ আয়োজন 

ডিব্ৰুগড়, ২ ছেপ্টেম্বৰ, ২০২৩ : আহমদীয়া মুছলিম জামাত ২৭ আগষ্ট ২০২৩ তাৰিখে ডিব্ৰুগড়ৰৰ (Dibrugarh) হোটেল টী কাউনটিত আমান আলি চাহাব তত্বাৱধায়ক আহমদীয়া মুছলিম জামাত কামৰূপ মহানগৰৰ সভাপতিত্বত বাৰ্ষিক শান্তি আলোচনা চক্ৰ অনুষ্ঠিত হয়। ইয়াত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ডঃ …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেত বৈদ্যুতিকৰণৰ কাম পূৰ্ণগতিত চলিছে 

গুৱাহাটী, ১ ছেপ্টেম্বৰ, ২০২৩ :  জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে ভাৰতীয় ৰে’লৱেই বিশ্বৰ সৰ্ববৃহৎ “সেউজ ৰেলৱে” হোৱাৰ দিশত মিছন মোডত কাম কৰি আছে। সম্পূৰ্ণ বৈদ্যুতিকৰণৰ (Electrification) প্ৰচেষ্টাত, উত্তৰ পূব সীমান্ত ৰে’লৱেই ১৭৮৮.৫৮৪ আৰ.কে.এম. (ৰুট কিলোমিটাৰ) বৈদ্যুতিকৰণ সম্পন্ন কৰিছে …

NF Railway : গুৱাহাটী-বাৰমেৰ এক্সপ্ৰেছ ৰে’লখনৰ এলএইচবি ডবালৈ ৰূপান্তৰ 

গুৱাহাটী, ৩১ আগষ্ট, ২০২৩ : যাত্ৰীসকলৰ বাবে সুৰক্ষা (Passengers Safety) আৰু আৰাম অধিক বৃদ্ধি কৰাৰ অৰ্থে, ৰেল নং ১৫৬৩২-১৫৬৩১ গুৱাহাটী-বাৰমেৰ-গুৱাহাটী সাপ্তাহিক এক্সপ্ৰেছ ৰে’লখনৰ ডবাসমূহ আধুনিক এলএইচবি (লিংক হফমান বুচ) ডবালৈ ৰূপান্তৰিত কৰা হৈছে, যিসমূহ অত্যাধুনিক বৈশিষ্ট্যৰে সু-সজ্জিত। গুৱাহাটী লোকসভাৰ সাংসদ …