Consumer Legal Protection Forum : কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ‘উচ্চৰক্তচাপৰ প্ৰতিকাৰ আৰু যতন’ শীৰ্ষক কৰ্মশালা

গুৱাহাটী, ৩০ আগষ্ট, ২০২৩ : প্ৰতি ৪ জন প্রাপ্তবয়স্ক ভিতৰত এজন উচ্চৰক্তচাপত আক্ৰান্ত। এই ক্ষেত্ৰত অসমৰ পৰিস্থিতি দেশৰ অন্য প্ৰান্তৰ তুলনাত পৃথক নহয়। উচ্চ ৰক্তচাপত (High Blood Pressure) আক্ৰান্তৰ বৃদ্ধিৰ হাৰ দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমত অধিকহে। অসমৰ গ্ৰাম্য অঞ্চলত …

North East Frontier Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ৬ জন ৰহিংগীয়াক আটক

নিউজ ডেস্ক, ২৯ আগষ্ট, ২০২৩ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ধৰ্মনগৰ ৰে’ল ষ্টেচনৰ পৰা ৬ জন ৰহিংগীয়াক (Rohingia) আটক। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ২৮ আগষ্ট, ২০২৩ তাৰিখে ধৰ্মনগৰ ৰে’লৱে ষ্টেচনৰ পৰা ৬ …

Drugs Seized : তিনিচুকীয়াৰ কাকপথাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক তিনিজন

তিনিচুকীয়া, ২৮ আগষ্ট, ২০২৩ : অসম আৰক্ষীৰ (Assam Police) ড্ৰাগছ বিৰোধী অভিযানৰ (War Against Drugs) আন এক বৃহৎ সাফল্য। তিনিচুকীয়াত পুনৰ অসম আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ। প্ৰায় ১ কোটি ৫০ লাখ টকা মূল্যৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল তিনিজন …

Murder : মহানগৰীত দাৰে ঘপিয়াই এগৰাকী মহিলাক নৃশংসভাৱে হত্যা

গুৱাহাটী, ২৮ আগষ্ট, ২০২৩ : এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীত। মহানগৰীত দাৰে ঘপিয়াই এগৰাকী মহিলাক নৃশংসভাৱে হত্যা (Lady Killed By Illegal Lover)। মহিলা গৰাকীৰ স্বামী আৰু দুই সন্তানকো আক্ৰমণ। সংকটজনক অৱস্থাত মহিলা গৰাকীৰ স্বামী আৰু দুই সন্তান চিকিৎসাধীন। …

RPF : আৰপিএফৰ দ্বাৰা তিনি দিনত ১.৬৪ কোটি টকাতকৈ অধিক মূল্যৰ নিষিদ্ধ আৰু চোৰাং সামগ্ৰী উদ্ধাৰ 

গুৱাহাটী, ২৭ আগষ্ট, ২০২৩ : ৰে’লত নিষিদ্ধ আৰু চোৰাং সামগ্ৰী পৰিবহনৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২৩ ৰ পৰা ২৫ আগষ্ট লৈ ১.৬৪ কোটি টকাৰ অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰিছে। আৰপিএফে এই …

Snake : ২০ টাতকৈও অধিক বিষাক্ত সাপৰ সৈতে বসবাস কৰি আছিল এটা পৰিয়াল

যোৰহাট, ২৬ আগষ্ট, ২০২৩ : এক শিহৰণকাৰী ঘটনা। বিষাক্ত সাপৰ সৈতে বসবাস এটা পৰিয়ালৰ। ২০ টাতকৈও অধিক বিষাক্ত সাপৰ সৈতে বিগত এমাহ ধৰি বসবাস কৰি আছিল এটা পৰিয়াল (20 snake rescued)। সৰ্প বিশেষজ্ঞই পৰিয়ালটোৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে বিষাক্ত সাপৰ …

NRI : এন আৰ আই কোটাত চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশক আদৰণি আম আদমি পাৰ্টীৰ

গুৱাহাটী, ২৫ আগষ্ট, ২০২৩ : এন আৰ আই কোটাত চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশক আদৰণি আম আদমি পাৰ্টীৰ (Aam Admi Party)। আপ-অসমে বিৰোধিতা কৰি আহিছিল ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তক। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এখন আবেদনৰ ভিত্তিত ৰাজ্যিক কেবিনেটৰ চিকিৎসা …

NPS : নতুন পেন্সন নীতি বিৰোধী আন্দোলনৰ প্ৰতি সমৰ্থন অসম জাতীয় পৰিষদৰ

গুৱাহাটী, ২৫ আগষ্ট, ২০২৩ : নতুন ৰাষ্ট্ৰীয় পেন্সন নীতি চমুকৈ এন পি এছ ব্যৱস্থা প্ৰত্যাহাৰ কৰি পুৰণি পেন্সন নীতি চমুকৈ অ’ পি এছ ব্যৱস্থা পুনৰবাহাল কৰিবলৈ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad)৷ জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, চৰকাৰী …

AAP : কাৰ্বি আংলঙৰ ডিফুত দেখা দিয়া ডেংগি ৰোগ নিয়ন্ত্ৰণৰ দাবী আম আদমি পাৰ্টীৰ

গুৱাহাটী, ২৪ আগষ্ট, ২০২৩ : কাৰ্বি আংলঙৰ সদৰ ডিফুত (Diphu) ভয়ংকৰ ৰূপ লোৱা ডেংগি ৰোগৰ প্ৰাদুৰ্ভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগক দাবী জনাইছে আম আদমি পাৰ্টীয়ে। চহৰখনত এতিয়ালৈকে মুঠ ৩,৩৩২ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰে চাৰিজন লোকৰ মৃত্যু …

STF : এছটিএফ বাহিনীৰ জালত পাঁচজন চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৰবৰাহকাৰী

কলিয়াবৰ, ২৩ আগষ্ট, ২০২৩ : চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৰবৰাহকাৰী বিৰুদ্ধে অভিযান। উদ্ধাৰ হাতীৰ দাঁত, বাঘৰ দাঁত, হৰিণাৰ শিংৰ লগতে বনৰৌৰ বাকলি। অভিযানকালত আটক পাঁচজনকৈ চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৰবৰাহকাৰী (Poacher Arrested)। অধিক তথ্যৰ বাবে আৰক্ষীয়ে চোৰাং চিকাৰী …