Railway Bridge Collapses : নিৰ্মাণাধীন অৱস্থাত থকা ৰে’লৱেৰ দলং ভাঙি ১৭ জন শ্ৰমিকৰ মৃত্যু
নিউজ ডেস্ক, ২৩ আগষ্ট, ২০২৩ : এক শোকাবহ দুর্ঘটনা। নিৰ্মাণাধীন অৱস্থাত থকা ৰে’লৱেৰ দলং ভাঙি ১৭ জন শ্ৰমিকৰ মৃত্যু (17 Killed Due To Railway Bridge Collapses In Mizoram)। ৩০ জনতকৈ অধিক লোক আহত। কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা। উদ্ধাৰ …