Dead body Recovered : বাকচৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ
গুৱাহাটী, ১ জুন, ২০২৩ : এক চাঞ্চল্যৰ ঘটনা। বাকচৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। স্বামীয়ে হত্যা কৰি মৃতদেহ (Husband killed wife) বাকচৰ ভিতৰত ভৰাই থোৱাৰ সন্দেহ। কেইবাদিন পূৰ্বে মহিলা গৰাকীক হত্যা কৰা হৈছিল। মৃতদেহ উৱলি অঞ্চলজুৰি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি …