NDA Vs INDIA : ২০২৪ ত এন ডি এ’ৰ বিৰুদ্ধে যুঁজিব ইণ্ডিয়া
নিউজ ডেস্ক, ১৮ জুলাই, ২০২৩ : ২০২৪ ৰ লোকসভা নিৰ্বাচনকলৈ তৎপৰ হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দল। বিজেপিক এইবাৰ দিল্লীৰ গাদীৰ পৰা আঁতৰাই ৰাখিবলৈ একগোট হৈছে বিৰোধী দল সমূহ। বিজেপি বিৰোধী দল সমূহক একত্ৰিত কৰাৰ নেতৃত্ব লৈছে কংগ্ৰেছে। ২০২৪ ত বিজেপিৰ …