Assam Flood : বছৰৰ প্ৰথমটো বানত ডুবিল ৰাজ্যৰ ১৪ খনকৈ জিলাৰ ১৪২ খন গাঁও

গুৱাহাটী, ১৮ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১৪ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Fourteen districts under water)। ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, দৰং, বিশ্বনাথ, নগাঁও, হোজাই, শোণিতপুৰ, তিনিচুকীয়া, নলবাৰী, কাছাৰ আৰু ওদালগুৰি জিলাত তাণ্ডৱলীলা …

Kakopathar Accident : নতুন মটৰ চাইকেলখনে কাল হ’ল তিনি বন্ধুৰ

তিনিচুকীয়া, ১৮ জুন, ২০১৩ : নতুন মটৰ চাইকেলখনে (New Motor Cycle) কাল হ’ল তিনি বন্ধুৰ। নতুন মটৰ চাইকেলখনলৈ ফুৰিবলৈ ওলাই গৈ ঘূৰি নাহিল মানসজ্যোতি বৰগোহাঁই, ৰূপম চুতীয়া আৰু শান্তনু ফুকন। চিন্নাই আৰু গুৱাহাটীত কৰ্মৰত তিনি বন্ধু দীৰ্ঘদিনৰ মূৰত আহিছিল ঘৰলৈ। …

Gerukamukh Dam : গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ নামনিত সুৰক্ষা নিশ্চিত কৰক চৰকাৰে : ডা৹ ভবেন চৌধুৰী

গুৱাহাটী, ১৮ জুন, ২০২৩ : গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ নামনিত সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে আম আদমি পাৰ্টীৰ (Aam Admi Party) ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে। সময়ৰ লগে লগে অসমৰ বিশেষজ্ঞ সমিতিৰ ভৱিষ্যদ্বাণ ফলিয়াই আছে বুলি কয় আম আদমি …

Assam Flood : বছৰৰ প্ৰথমটো বানত ডুবিল ৰাজ্যৰ ১৩ খনকৈ জিলাৰ ১৪৬ খন গাঁও

গুৱাহাটী, ১৭ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১৩ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Thirteen districts under water)। ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, দৰং, বিশ্বনাথ, নগাঁও, হোজাই, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত তাণ্ডৱলীলা চলাইছে বছৰৰ …

NRI Reservation In MBBS : হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে দুৰ্নীতিৰ বাট মুকলি কৰিবলৈ এন আৰ আইৰ আৰক্ষণৰ ব্যৱস্থা কৰিছে : আপ

গুৱাহাটী, ১৭ জুন, ২০২৩ : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ প্ৰবাসী ভাৰতীয় শিক্ষাৰ্থীৰ বাবে এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্ত্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা কাৰ্যক আম আদমি পাৰ্টীয়ে (AAP) তীব্ৰ সমালোচনা কৰিছে। চৰকাৰী তথ্য মতে পৰৱৰ্তী শিক্ষা বৰ্ষৰ …

Assam Flood : বছৰৰ প্ৰথমটো বানত ডুবিল ৰাজ্যৰ ১১খনকৈ জিলা

গুৱাহাটী, ১৬ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১১ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Eleven districts under water)। ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, দৰং, বিশ্বনাথ, বাক্সা আৰু ওদালগুৰি জিলাত তাণ্ডৱলীলা চলাইছে বছৰৰ প্ৰথমটো বানে। কামৰূপ …

Four Killed : বিবাহ অনুষ্ঠান অংশগ্ৰহণ কৰি ঘৰলৈ ঘূৰি যাওঁতে প্ৰাণ হেৰুৱালে চাৰি গৰাকীয়ে

ডিগবৈ, ১৬ জুন, ২০২৩ : এক শোকাবহ পথ দুর্ঘটনাত (Road Accident) প্ৰাণ হেৰুৱালে চাৰি গৰাকী লোকে। বিবাহ অনুষ্ঠান অংশগ্ৰহণ কৰি ঘৰলৈ ঘূৰি যাওঁতে প্ৰাণ হেৰুৱালে চাৰি গৰাকীয়ে। মহিলাসহ থিততে নিহত হয় তিনি গৰাকী লোক। চিকিৎসালয়ত মৃত্যু হয় এগৰাকী মহিলাৰ। একেটা …

Protest Demanding CM Arrest : মুখ্যমন্ত্ৰীৰ গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ অৱস্থান ধৰ্মঘট

গুৱাহাটী, ১৫ জুন, ২০২৩ : নৈতিক দায়িত্ব স্বীকাৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) যদি পদত্যাগ নকৰে, তেনেহ’লে সন্মিলিত বিৰোধী শক্তিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীজনৰ অপসাৰণ বিচাৰিব৷ কুকি উগ্ৰপন্থীৰ পৰা নিৰ্বাচনী সহায় লোৱাৰ অভিযোগত অভিযুক্ত …

Subansiri Project : সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতি সন্দৰ্ভত ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

লখিমপুৰ, ১৫ জুন, ২০২৩ : ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশত বিগত কিছুদিন ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলৰ বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে কেইবাখনো জিলা (Assam under flood water)। এফালে ফেনেফুটুকাৰে বাঢ়িছে নৈ-উপনৈ সমূহৰ পানী আনফালে গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত …

Assam Flood : বছৰৰ প্ৰথমটো বানত ডুবিল ৰাজ্যৰ কেইবাখনো জিলা

গুৱাহাটী, ১৫ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ধেমাজি, লখিমপুৰ আৰু ডিব্ৰুগড় জিলাত তাণ্ডৱলীলা (Lakhimpur, Dhemaji and Dibrugarh under water) চলাইছে বছৰৰ প্ৰথমটো বানে। কামৰূপ মহানগৰ, নলবাৰী আৰু কাছাৰৰ চহৰ অঞ্চল কৃত্ৰিম বান। প্ৰথমটো বানত বর্তমানলৈকে …