Gold Seized : ৫১৮ গ্ৰাম চোৰাং সোণসহ আটক চাৰি গৰাকীকৈ লোক
গুৱাহাটী, ১৪ ছেপ্টেম্বৰ, ২০২৩ : ৫১৮ গ্ৰাম চোৰাং সোণসহ আটক চাৰি গৰাকীকৈ লোক। এখন বাহনেৰে সোণখিনি লৈ অসমত প্ৰৱেশ কৰিছিল এগৰাকী মহিলাসহ চাৰি গৰাকী লোক। সোণসহ আটক হোৱা লোক সকল দুগৰাকী ৰাজস্থানৰ যোধপুৰৰ আৰু দুগৰাকী মেঘালয়ৰ বাসিন্দা। অধিক তথ্যৰ বাবে …