Dhemaji Witch Case : ধেমাজিৰ চিলাপথাৰৰ ডাইনীকাণ্ড সন্দৰ্ভত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া
ধেমাজি, ২৯ মে’ : ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ বৰলুং পঞ্চায়তৰ বিজয়পুৰ বালিজান গাঁৱত যোৱা ১৭ মে’ত মানৱ সভ্যতাক লজ্জানত কৰা ডাইনীকাণ্ডৰ ঘটনা সংঘটিত হৈছিল (Woman orched in the name of witch)। ভূমি তথা সম্পত্তি সম্পৰ্কীয় এক বিবাদক কেন্দ্ৰ কৰি …