NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা জুলাই মাহত ১০৬৪ খন মালবাহী ৰে’লৰ ৰেক আনলোড
গুৱাহাটী, ২০ আগষ্ট, ২০২৩ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা জুলাই মাহত ১০৬৪ খন মালবাহী ৰে’লৰ ৰেক আনলোড। অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ যোগান বজাই ৰখাৰ বাবে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই (North East Frontier Railway) অবিৰতভাৱে মালবাহী ৰে’লৰ আনলোডিঙত বৃদ্ধি পঞ্জীয়ন কৰি …