NF Railway : শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লৰ ৰঙিয়ালৈকে সম্প্ৰসাৰিত সেৱাৰ শুভাৰম্ভ
গুৱাহাটী, ৪ ছেপ্টেম্বৰ, ২০২৩ : যাত্ৰীসকলৰ সুবিধাৰ্থে, ৪ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উভয় দিশত ৰঙিয়ালৈকে (Rangia) ত্ৰি-সাপ্তাহিক ৰে’ল নং ১৫৬১২-১৫৬১১ (শিলচৰ-গুৱাহাটী-শিলচৰ) এক্সপ্ৰেছ ৰে’লখনৰ সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, লোকসভাৰ সাংসদ দিলীপ শইকীয়া আৰু ৰঙিয়াৰ …