Greater Guwahati Baby League : গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ তৃতীয় ছিজনৰ সামৰণি
গুৱাহাটী, ৭ মে’: প্ৰায় দুমাহৰ তীব্ৰ প্ৰতিযোগিতামূলক ফুটবলৰ পাছত অসমৰ সৰ্বপ্ৰথম গ’ল্ডেন বেবী লীগ (First Golden Baby League) ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ৰ তৃতীয় ছিজনৰ ছয়মাইলৰ কৃষি ভৱন খেলপথাৰত দেওবাৰে (৭ মে’) সমাপ্তি ঘটে। গুৱাহাটী চিটী এফচি আৰু স্প’ৰ্টছক্ৰাফ্ট মেনেজমেণ্টে আয়োজন …