Rahul Gandhi Deformation Case : মোদী উপাধিৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পালে ৰাহুল গান্ধীয়ে
নিউজ ডেস্ক, ৪ আগষ্ট, ২০২৩ : মোদী উপাধিৰ গোচৰত (Modi Surname Case) শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মোদী উপাধিৰ গোচৰত উচ্চতম ন্যায়ালয়ে ৰায়দান প্ৰদান কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰাখিছে। ন্যায়াধীশ বি …