Nalbari Pumpkin to Nepal : নলবাৰীৰ পথাৰৰ পৰাই নেপালৰ বজাৰলৈ ৰঙালাউ

নলবাৰী, ২ মে’ : নলবাৰীৰ পথাৰৰ পৰাই নেপালৰ বজাৰলৈ ৰঙালাউ (Pumpkin export Nalbari to Nepal) । নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত কৃষকৰ পথাৰৰ পৰাই ৰঙালাউ নেপালৰ বজাৰলৈ ৰপ্তানি। কোনো মধ্যভোগী নোহোৱাকৈ প্ৰায় ২০ টন ৰঙালাউ নেপালৰ কাঠমান্দোৰ ব্যবসায়ীৰ সৈতে সংযোগ …

Srinkhal Chaliha Arrestted : শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে শিৱসাগৰ আৰক্ষীয়ে

শিৱসাগৰ, ২ মে’ : পুনৰ বিতৰ্কিত শৃংখল চলিহা। এজন ব্যৱসায়ীৰ মুখত থুৱাই দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল শৃংখল চলিহা। ব্যৱসায়ীজনৰ মুখত থুৱাই দিয়াৰ দৃশ্য কেমেৰাত আৱদ্ধ হৈছিল। শিৱসাগৰ আৰক্ষীয়ে পুৱা ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক (Sibsagar …

Contractor Nirmal More Arrested : অৱশেষত বিতৰ্কিত ঠিকাদৰ নিৰ্মল ম’ৰেক গ্ৰেপ্তাৰ

শিৱসাগৰ, ১ মে’ : অৱশেষত বিতৰ্কিত ঠিকাদৰ নিৰ্মল ম’ৰেক গ্ৰেপ্তাৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰক শাৰীৰিকভাৱে অপদস্থ কৰিছিল বিতৰ্কিত ঠিকাদৰ নিৰ্মল ম’ৰে। এটা পথ নিৰ্মাণকলৈ লক্ষী দাস পানিকাৰে প্ৰশ্ন কৰিছিল ঠিকাদৰ নিৰ্মল ম’ৰেক। ঠিকাদৰ …

Two Arrested For Child Marriage : বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ দুই ভাতৃ

গহপুৰ, ১ মে’ : ৰাজ্য পুনৰ সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা (Child marriage incident)। বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ দুই ভাতৃ। এগৰাকী ১৬ বছৰীয়া কিশোৰী পলুৱাই নিছিল এজন যুৱকে। কিশোৰী গৰাকীক পলুৱাই নিয়া যুৱকজনক সহায় কৰিছিল যুৱকজনক ভাতৃয়ে। কিশোৰী গৰাকীক পৰিয়ালৰ লোকে …

Husband Cut Wife Two Pieces : নাবালিকা পত্নীক হত্যা কৰি দুটুকুৰে কৰিলে স্বামীয়ে

নিউজ ডেস্ক, ৩০ এপ্ৰিল : এক নৃশংস আৰু ভয়াবহ হত্যাকাণ্ড (horrific incident happened)। নাবালিকা পত্নীক হত্যা কৰি দুটুকুৰে কৰিলে স্বামীয়ে। আৰক্ষীয়ে হাবিৰ পৰা দুটা মোনাত উদ্ধাৰ কৰিলে মৃতদেহ। যোৱা ২৭ এপ্ৰিলৰ নিশা স্বামীয়ে হত্যা কৰি দুটুকুৰা কৰিছিল নাবালিকা পত্নীৰ মৃতদেহ। …

Cattle Smuggler Caught : চোৰাং গৰু সৰবৰাহকাৰীৰ মূল অভিযুক্ত আৰক্ষীৰ জালত

গুৱাহাটী, ২৯ এপ্ৰিল : চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Drive against cattle smuggler)। চোৰাং গৰু সৰবৰাহকাৰীৰ মূল অভিযুক্ত আৰক্ষীৰ জালত। কিছুদিন পূৰ্বে আৰক্ষীয়ে চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰিছিল। আৰক্ষীৰ অভিযানকালত পলায়ন কৰিবলৈ সক্ষম হৈছে চোৰাং গৰু সৰবৰাহকাৰীৰ দুই …

AAP attack BJP : তিনিচুকীয়াৰ নাবালিকা বলাৎকাৰকাণ্ডকলৈ বিজেপিক তীব্ৰ আক্ৰমণ আপৰ

গুৱাহাটী : নাবালিকা বলাৎকাৰী সমুন্দ্ৰ ৰায় লিম্বুক গ্ৰেপ্তাৰ কৰিবলৈ সাহস হ’বনে ‘বেটী বাচাও’ শ্ল’গানধাৰী (Beti Bachao Slogan) বিজেপি চৰকাৰৰ ? প্ৰশ্ন আম আদমি পাৰ্টিৰ। বলাৎকাৰৰ বলি হোৱা কন্যাৰ ন্যায় নাপাই মাতৃয়ে কৰা আত্মহত্যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক জগৰীয়া কৰিলে …

Jiah Khan Suicide Verdict : জীয়া খান আত্মহত্যা গোচৰৰ ৰায়দান : দোষমুক্ত সুৰজ পাঞ্চোলি

নিউজ ডেস্ক, ২৮ এপ্ৰিল : বলিউডৰ অভিনেত্ৰী জীয়া খানৰ আত্মহত্যাৰ গোচৰৰ ৰায়দান প্ৰদান কৰিলে চিবিআইৰ বিশেষ আদালতে। আদলতে অভিযুক্ত সুৰজ পাঞ্চোলিক দোষমুক্ত ঘোষণা কৰে (Sooraj Pancholi acquitted)। জীয়া খানক আত্মহত্যাৰ বাবে সুৰজ পাঞ্চোলিয়ে বাধ্য কৰিছিল বুলি অভিযোগ আছিল। দহ বছৰ …

Jiah Khan Suicide Case : জীয়া খান আত্মহত্যা গোচৰৰ আজি ৰায়দান প্ৰদান কৰা হ’ব

নিউজ ডেস্ক, ২৮ এপ্ৰিল : অভিনেত্ৰী জিয়া খানৰ আত্মহত্যা গোচৰ সন্দৰ্ভত শুকুৰবাৰে (২৮ এপ্ৰিল) চিবিআইৰ বিশেষ আদালতে ৰায়দান প্ৰদান কৰিব। চিবিআইৰ বিশেষ ন্যায়াধীশ এ এছ ছায়েদে যোৱা সপ্তাহত জিয়া খানৰ আত্মহত্যা গোচৰটোৰ দুয়ো পক্ষৰ চূড়ান্ত যুক্তি শুনানিৰ পিছত ২৮ এপ্ৰিলৰ …

Brother Killed in front of Sister : ভগ্নীৰ সন্মুখতে দুৰ্বৃত্তৰ দলে মৰিয়াই মৰিয়াই ভাতৃক হত্যা কৰাৰ অভিযোগ

তিনিচুকীয়া : এক চাঞ্চল্যকৰ ঘটনা। ভগ্নীৰ সন্মুখতে দুৰ্বৃত্তৰ দলে মৰিয়াই মৰিয়াই ভাতৃক হত্যা কৰাৰ অভিযোগ। দুৰ্বৃত্তৰ দলটোৰ (Miscreants attack) আক্ৰমণৰ ভয়ত বাহনৰ ভিতৰত নিজকে আৱদ্ধ কৰি ৰাখিছিল প্ৰাঞ্জল মৰাণ। বাহনৰ পৰা ওলাই অহাৰ পিছত দুৰ্বৃত্তৰ দলটোৱে নির্মামভাৱে আক্ৰমণ কৰে প্ৰাঞ্জল …