One Arrested While Taking Bribe : থানাৰ ভিতৰতে উৎকোচ লৈ থকা অৱস্থাত ধৰা পৰিল উপ পৰিদৰ্শক

যোৰহাট, ৩০ জুলাই, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ এইবাৰ হাতে-লোটে ধৰা পৰিল অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক (Government Employee Attested)। থানাৰ …

Theatre Festival For Children : ৰামপুৰস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰত দ্বাদশ শিশু নাট সমাৰোহ উদযাপন

গোৱালপাৰা , ২৯ জুলাই, ২০২৩: ‘আণ্ডাৰ দ্য চাল ট্ৰি’ থিয়েটাৰ মহোৎসৱ আয়োজনৰ বাবে সুপ্ৰসিদ্ধ বাদুংদুপ্পা কলাকেন্দ্ৰই (Badungduppa Kalakendra) যোৱা ২৮ জুলাই তাৰিখে গোৱালপাৰা জিলাৰ ৰামপুৰত শিশুসকলৰ বাবে দিনজোৰা নাট সমাৰোহৰ আয়োজন কৰে। ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰত …

Road accident : তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে যাত্ৰীবাহী অটো

গৌৰীপুৰ, ২৯ জুলাই, ২০২৩ : ভয়ংকৰ পথ দুর্ঘটনা। এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে যাত্ৰীবাহী অটো। অটো চালকসহ নিহত দুজন (Two Killed In A Road Accident)। গুৰুত্বৰভাৱে আহত দুজন চিকিৎসালয়ত ভৰ্তি। নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগী ট্ৰাকখনে যাত্ৰীবাহী অটোখনক মহতিয়াই নিয়ে। …

Assam Flood : বানপানীত ক্ষয়-ক্ষতিৰ খতিয়ান ল’বলৈ অসম ভ্ৰমণ কেন্দ্ৰীয় আন্তঃমন্ত্ৰ্যালয়ৰ প্ৰতিনিধি বৰ্গৰ

গুৱাহাটী, ২৮ জুলাই, ২০২৩ : তিনিদিনীয়া ভ্ৰমণসূচীৰে ২৬ জুলাইত অসমত উপস্থিত হোৱা কেন্দ্ৰীয় আন্তঃমন্ত্ৰ্যালয়ৰ (Central Ministry) ৭ জনীয়া প্ৰতিনিধি দলৰ বানপানীত ক্ষয়-ক্ষতি নিৰীক্ষণৰ শুকুৰবাৰে অন্ত পৰে। বানপানীত ক্ষতিগ্ৰস্ত অসমৰ ৬ খন জিলা আৰু দুটা মহকুমা পৰিদৰ্শনৰ অন্তত কেন্দ্ৰীয় প্ৰতিনিধিৰ দলটো …

Jamiyat Ulema-E-Hind : জমিয়ত উলেমা-ই-হিন্দৰ বক্তব্য বিভাজনকাৰী আৰু ধৰ্মীয় সহনশীলতাৰ নীতিৰ বিৰোধী

নিউজ ডেস্ক, ২৮ জুলাই, ২০২৩ : জমিয়ত উলেমা-ই-হিন্দৰ এক প্ৰেছ বিজ্ঞপ্তিত আহমদিয়া মুছলমান সম্প্ৰদায় আৰু ভাৰতৰ আহমদিয়া মুছলমান সম্প্ৰদায়ৰ আইনী মৰ্যাদাৰ বিষয়ে ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্য সন্নিবিষ্ট কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে আহমদিয়া মুছলিম কমিউনিটি ইণ্ডিয়াই (Ahmadiyya Muslim Jamat)। …

War Against Drugs : ১ লাখ ৮২ হাজাৰ ৬৬০ টা নিষিদ্ধ মেথাম্ফেটামিন টেবলেট জব্দ

নিউজ ডেস্ক, ২৭ জুলাই, ২০২৩ : উত্তৰ পূবৰ ৰাজ্য সমূহেৰে অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। অসমকে ধৰি উত্তৰ পূবৰ অন্যান্য ৰাজ্য সমূহত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে উত্তৰ পূবৰ মাজেৰে দেশৰ অন্যান্য প্ৰান্তলৈ চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। …

Ahmadiyya Muslim Jamat : সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ক ধন্যবাদ জ্ঞাপন আহমাদিয়া মুছলিম জামাতৰ

নিউজ ডেস্ক, ২৬ জুলাই, ২০২৩ : ভাৰতৰ এখন প্ৰদেশত ৱাকফ ব’ৰ্ডৰ হৈ এটা মুছলমান সংগঠনে জাৰি কৰা ফাতোৱাৰ ভিত্তিত আহমদিয়া মুছলমান সম্প্ৰদায়ক অমুছলমান বুলি ঘোষণা কৰা হৈছিল। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰি আহমাদিয়া মুছলমানৰ বিৰুদ্ধে এই সিদ্ধান্তক …

Hepatitis Awareness : নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনৰ সপ্তাহজোৰা হেপাটাইটিছ সজাগতা কাৰ্যসূচী

গুৱাহাটী, ২৬ জুলাই, ২০২৩: নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনে সাধাৰণ ৰাইজৰ মাজত হেপাটাইটিছ ৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গুৱাহাটীত এক সপ্তাহজোৰা কাৰ্যসূচীৰ আয়োজন কৰিছে। ভাইৰেল হেপাটাইটিছৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ২৮ জুলাইত বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা …

Manipur Violence : মণিপুৰৰ ভাইৰেল ভিডিঅ’ ঘটনাৰ লগত জড়িত সপ্তমজন অভিযুক্ত গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২৫ জুলাই, ২০২৩ : মণিপুৰৰ ভাইৰেল ভিডিঅ’ (Manipur Viral Video) ঘটনাৰ লগত জড়িত সপ্তমজন অভিযুক্ত গ্ৰেপ্তাৰ। ঘটনাৰ লগত জড়িত আন আন অভিযুক্ত সকলক বিচাৰি মণিপুৰ আৰক্ষীয়ে তীব্র অভিযান চলাই আছে। বৰ্তমানলৈকে এজন নাবালকসহ মুঠ সাতজন অভিযুক্তক মণিপুৰ আৰক্ষীয়ে …

Assam Satra Mahasava : অসম সত্ৰ মহাভাৰ প্ৰশংসনীয় পদক্ষেপ

গুৱাহাটী, ২৫ জুলাই, ২০২৩ : অসম সত্ৰ মহাভাৰ প্ৰশংসনীয় পদক্ষেপ (Assam Satra Mahasava Social Work)। অবিৰাম গতিত চলি আছে অসম সত্ৰ মহাভাৰ মানৱ সেৱা। শতবৰ্ষ গৰকা অসম সত্ৰ মহাসভাৰ বৰ্তমানৰ নেতৃত্বদ্বয় সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী আৰু প্ৰধান সম্পাদক সত্ৰাধিকাৰ কুসুম …