Police firing on car lifter : গাড়ী চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আৰক্ষীৰ গুলী চালনা

দৰং, ২৭ এপ্ৰিল : খেদি খেদি আৰক্ষীয়ে আটক কৰিলে গাড়ী চোৰক (Police caught car lifter)। গাড়ী চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আৰক্ষীৰ গুলী চালনা। যোৱা ২৫ এপ্ৰিল তাৰিখে চুৰি হোৱা গাড়ী উদ্ধাৰ। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। আৰক্ষীক দেখি …

Kenny Basumatary Ki Kuwa Dosti : কেনি বসুমতাৰীৰ হাস্যৰসপূৰ্ণ ছবি ‘কি কোৱা দোস্তি’য়ে দিছে হিট হোৱাৰ প্ৰতিশ্ৰুতি

গুৱাহাটী, ২৭ এপ্ৰিল : কেনি দেউৰী বসুমতাৰীৰ নতুন ছবি ‘কি কোৱা দোস্তি’য়ে বৃহস্পতিবাৰে বেলতলাৰ মেট্ৰিক্স চিনেমাত অনুষ্ঠিত হোৱা প্ৰিমিয়াৰৰত এক অভূতপূৰ্ব সঁহাৰি লাভ কৰে (Phenomenal Response During Premiere)। অহা ২৮ এপ্ৰিল, শুক্ৰবাৰে সমগ্ৰ অসমত মুক্তি পাবলৈ সাজু হোৱা’ ‘কি কোৱা দোস্তি’ …

Khalistani Leaders Family in Dibrugarh : ডিব্ৰুগড়ত উপস্থিত খালিস্তানী নেতা সকলৰ পৰিয়ালৰ লোক

ডিব্ৰুগড়, ২৭ এপ্ৰিল : ডিব্ৰুগড়ত উপস্থিত খালিস্তানী নেতা সকলৰ পৰিয়ালৰ লোক। পাঞ্জাৱৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হৈছে খালিস্তানী নেতা সকলৰ পৰিয়ালৰ ১০ জনীয়া দলটো (10 members of Khalistani Leaders Family)। ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী  অমৃতপাল …

Govt Employee caught while taking bribe : উৎকোচ লৈ পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত চৰকাৰী বিষয়া

শিলচৰ, ২৬ এপ্ৰিল : এইবাৰ একেলগে হাত দাঙিলে দুজন চৰকাৰী বিষয়াই (Two Govt Official Caught)। উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত দুজন চৰকাৰী বিষয়া। ঠিকাদাৰৰ পৰা উৎকোচ হিচাপে দাবী কৰিছিল ৫০ হাজাৰ টকা। ইয়াৰে ২০ হাজাৰ টকা লওঁতে হাতে-লোটে ধৰা …

Ashok Singhal Visited Dhemaji : ধেমাজি আৰু জোনাইত জলসিঞ্চন বিভাগৰ আঁচনিৰ সমূহৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

ধেমাজি, ২৬ এপ্ৰিল : ধেমাজি আৰু জোনাইত জলসিঞ্চন বিভাগৰ আঁচনিৰ (Dhemaji and Jonai Irrigation Schemes) সমূহৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে। বুধবাৰে (২৬ এপ্ৰিল) দিনজোৰা কাৰ্যসূচীৰে ধেমাজি আৰু জোনাই ভ্ৰমণ কৰি জলসিঞ্চন বিভাগৰ বিভিন্ন আঁচনি সমূহৰ চৰজমিন বুজ ল’লে মন্ত্ৰী …

10 jawans martyred in Naxal attack : ছত্তীশগড়ৰ দন্তেৱাড়াত নক্সালবাদী আক্ৰমণত শ্বহীদ ১০ জনকৈ জোৱান

নিউজ ডেস্ক : ছত্তীশগড়ৰ দন্তেৱাড়াত নক্সালবাদী ভয়ংকৰ কূটাঘাটমূলক আক্ৰমণ (Maoist attack on Police Personal in Chattisgarh)। দন্তেৱাড়াত নক্সালবাদী কূটাঘাটমূলক আক্ৰমণত শ্বহীদ ১০ জনকৈ জোৱান। এজন নাগৰিকো নিহত হৈছে নক্সালবাদীৰ আক্ৰমণত। শ্বহীদ হোৱা জোৱান কেইজন জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি)ৰ …

Srinivas B.V. moves Gauhati High Court : অংকিতা দত্তৰ এজাহাৰ খাৰিজ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন শ্ৰীনিৱাস বি ভিৰ

গুৱাহাটী, ২৬ এপ্ৰিল : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে শ্ৰীনিৱাস বি ভি। অংকিতা দত্তৰ এজাহাৰ (Ankita Dutta’s FIR) খাৰিজ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে শ্ৰীনিৱাস বি ভিয়ে। মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস …

Rahul Gandhi approached Gujarat High Court : গুজৰাট উচ্চ ন্যায়ালয়ত আবেদন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, ২৫ এপ্ৰিল : গুজৰাট উচ্চ ন্যায়ালত ৰাহুল গান্ধীৰ আবেদন (Rahul Gandhi approached Gujarat High Court)। মোদী উপাধিৰ গোচৰৰ (Modi Surname Case) শাস্তি স্থগিত ৰখাৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। নিম্ন ন্যায়ালয়ৰ নিৰ্দেশক …

Guwahati City Water Supply : বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

গুৱাহাটী, ২৫ এপ্ৰিল : বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ (Guwahati City Water Supply) শেহতীয়া স্থিতিৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ। মে’ মাহত আংশিকভাৱে মুকলি কৰা হ’ব উত্তৰ গুৱাহাটী পানী যোগান আঁচনি। জুন মাহত খোৱাপানী লাভ কৰিব দক্ষিণ-মধ্য গুৱাহাটীৰ অতিৰিক্ত ৬ সহস্ৰাধিক …

Hassantuk area of Rangia : বাৰিষাৰ অহাৰ পূৰ্বে নিদ্ৰা হৰণ হাচানটুকবাসী ৰাইজৰ

Mainul Haque ৰঙিয়া, ২৫ এপ্ৰিল : বাৰিষাৰ অহাৰ পূৰ্বে নিদ্ৰা হৰণ হাচানটুকবাসী ৰাইজৰ (Hassantuk area of Rangia)। বাৰিষা আহিলে হাচানটুক অঞ্চললৈ নামি আহে ঘোৰ অমানিশা। মেঘৰ গুমগুমনিত বুকু কঁপি উঠে হাচানটুক অঞ্চলৰ ৰাইজৰ। ইতিমধ্যে বাৰিষাই গৃহহীন (Homeless) কৰিছে অঞ্চলটোৰ কেইবাটাও …