Amrit Railway Station : প্ৰধানমন্ত্ৰীৰ দ্বাৰা অমৃত ভাৰত ষ্টেশ্যন আঁচনিৰ অধীনত ৫০৮ টা ষ্টেশ্যনৰ আধুনিকীকৰণৰ আধাৰশিলা স্থাপন
গুৱাহাটী, ৬ আগষ্ট, ২০২৩ : ৰে’ল আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) সমগ্ৰ দেশতে অমৃত ভাৰত আঁচনিৰ অধীনত ৫০৮ টা ৰে’লৱে ষ্টেশ্যনৰ পুনৰ্বিকাশৰ বাবে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে। এই আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় ৰে’ল, যোগাযোগ, ইলেক্ট্ৰনিকছ …