Pranjal Moran : প্ৰাঞ্জল মৰাণৰ আত্মীয়ৰ হুংকাৰ : আচল যুঁজ এতিয়া আৰম্ভ হ’ব
লিডু : অৱশেষত সাফল্য লাভ কৰিলে অসম আৰক্ষীয়ে। দীর্ঘদিন ধৰি অভিযান চলাই অসম আৰক্ষীয়ে উদ্ধাৰ কৰিলে প্ৰাঞ্জল মৰাণৰ (Pranjal Moran) মৃতদেহ। লিডুৰ কয়লা খনিৰ পৰা শুকুৰবাৰে উদ্ধাৰ হয় প্ৰাঞ্জল মৰাণৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে প্ৰাঞ্জল মৰাণৰ আত্মীয়ে আচল যুজঁ …