Assam Flood : ১ লাখতকৈও অধিক লোক বানপানীৰ ফলত প্ৰভাৱিত
গুৱাহাটী, ১৭, জুলাই, ২০২৩ : পুনৰ ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও ভূটানৰ পানীয়ে পুনৰ জটিল কৰি তুলিছে বান পৰিস্থিতি। ভূটানৰ পানীয়ে তাণ্ডৱলীলা আৰম্ভ কৰিছে নামনি অসমৰ কেইবাখনো জিলাত। চিৰাং আৰু বঙাইগাঁও জিলাত …